New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/97153643-f75f-4ee9-8d7b-a6614da8fd0c/agranii.jpg)
পুনৰ ৰে'লৰ খুন্দাত নিহত হ'ল বন্যহস্তী...
মৰাণত নিশা ৰে’লৰ খুন্দাত নিহত এজন কিশোৰ।
মৰাণ কলেজ ৰোডৰ সমীপৰ ৰে’ল লাইনত এই ঘটনা।
নিহত কিশোৰজন এই পৰ্যন্ত চিনাক্ত হোৱা নাই।
ৰে’ল কৰ্মী আৰু আৰক্ষীয়ে উদ্ধাৰ কৰিছে কিশোৰজনৰ মৃতদেহ।
Also Read: দক্ষিণ কামপুৰ উন্নয়ন সমিতিৰ উদ্যোগত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি