অসম মুখ্য-পৃষ্ঠা উৎকোচ লৈ গ্ৰেপ্তাৰ শিক্ষা বিষয়া নৱজ্যোতি শৰ্মা উৎকোচ লৈ গ্ৰেপ্তাৰ শিক্ষা বিষয়া নৱজ্যোতি শৰ্মা asomiyapratidin 29 Jul 2022 14:26 IST Follow UsNew Updateডিব্রুগড়ৰ খোৱাঙত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। খোৱাং খণ্ডৰ শিক্ষা বিষয়াৰ কাৰ্যালয়ত এই অভিযান।উৎকোচ লৈ ৰঙীন হাতে গ্রেপ্তাৰ শিক্ষা বিষয়া নৱজ্যোতি শৰ্মা।শুকুৰবাৰে আটক শৰ্মা।কঠোৰ ব্যৱস্থা গ্রহণৰ হুংকাৰ বিশেষ আৰক্ষী সঞ্চালক প্রধানৰ। assam Assam police dibrugarhআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক