ডিজিটেল সংবাদ, বৰবৰুৱাঃ ফেচবুকত আৰক্ষীৰ এজন উচ্চ পদস্থ বিষয়াৰ পোষ্টত কমেণ্ট কৰি বিপদত যুৱত। আৰক্ষীয়ে আটক কৰিলে জকাই হৰেঘাটৰ দিবাকৰ হাজৰিকাৰ পুত্ৰ সনাতন হাজৰিকা নামৰ যুৱকজনক। একমাত্ৰ উপাৰ্জনকাৰী সনাতন হাজৰিকা আটক হোৱাৰ পিছতেই ঘৰখনত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
তাৰোপৰি ৰুগীয়া পিতৃৰ চোৱাচিতা কৰা একমাত্ৰ পুত্ৰ সনাতন হাজৰিকা।পুত্ৰক এৰি দিবলৈ প্ৰশাসনৰ ওচৰত কাকুতি মিনতি কৰিছে সনাতন হাজৰিকাৰ পিতৃ-মাতৃয়ে।ওচৰ চুবুৰীয়াৰো প্ৰশাসনলৈ অনুৰোধ প্ৰতি ভুলৰে মাফ থাকে গতিকে পুত্ৰক প্ৰশাসনৰ হাতৰ পৰা উলিয়াই দি পিতৃ-মাতৃক চোৱা চিতা কৰিবলৈ সুবিধা কৰি দিয়ে যেন।
Also Read: আনন্দৰ সীমা নাই! আজি ক্ৰিচৰ জন্মদিন...
আৰক্ষী বিষয়াৰ পোষ্টত কমেন্ট কৰি আটক যুৱক, চিন্তিত পিতৃ-মাতৃ
আৰক্ষীয়ে আটক কৰিলে জকাই হৰেঘাটৰ দিবাকৰ হাজৰিকাৰ পুত্ৰ সনাতন হাজৰিকা নামৰ যুৱকজনক।