নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত ব্যতিক্ৰমী প্ৰতিবাদ

নুমলীগড় শোধনাগাৰৰ মুখ্য দ্বাৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ। পিপি ই কিট পিন্ধি শোধনাগাৰৰ মুখ্যদ্বাৰত প্ৰতিবাদ সাৱ্যস্ত ক'ভিড যোদ্ধাৰ ।
নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত ব্যতিক্ৰমী প্ৰতিবাদ

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড় শোধনাগাৰৰ মুখ্য দ্বাৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ। পিপি ই কিট পিন্ধি শোধনাগাৰৰ মুখ্যদ্বাৰত প্ৰতিবাদ সাৱ্যস্ত ক'ভিড যোদ্ধাৰ ।

ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ সময়ত এইসকল ক'ভিড যোদ্ধাই শোধনাগাৰৰ বাবে কাম কৰিছিল। চেনিটাইজেচনৰ কামত নিয়োজিত হৈ সমগ্ৰ অঞ্চলৰ লগতে ক'ভিড চেন্টাৰতো চেনিটাইজেছন কৰাৰ কথা অৱগত কৰে।

কিন্তু বৰ্তমান তেওঁলোক নিৱনুৱা । এটা সামান্য কামতো তেওঁলোকক এন আৰ এলৰ ফালৰ বাবে সুযোগ নিদিয়াৰ অভিযোগ তুলি ব্যতিক্ৰমী ধৰণে প্ৰতিবাদ সাব্যস্ত কৰে । নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নৰ উদ্যোগত এইসকল কভিড যোদ্ধাই প্ৰতিবাদ সাব্যস্ত কৰি শোধনাগাৰ কৰ্তৃপক্ষক তেওঁলোকৰ দাবীসমূহ পূৰণৰ বাবে দাবী জনায়।

আৰু পঢ়ক: মোগলৰ মানসিকতাৰে অসমত চৰকাৰ চলাইছে বিজেপিয়ে: সাংসদ গৌৰৱ গগৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in