অৰুণাচল প্ৰদেশত এন এছ চি এন খাপলাং গোটৰ কেডাৰ গ্ৰেপ্তাৰ...

অৰুণাচল প্ৰদেশত এন এছ চি এন খাপলাং গোটৰ কেডাৰ গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ, বেকাজান : বুধবাৰে অৰুণাচল প্ৰদেশৰ ৱাক্কা গাঁৱৰ পৰা অৰুণাচল আৰক্ষীৰ সৈতে অসম ৰাইফলছে অস্ত্ৰ-শস্ত্ৰ, গুলী আৰু গ্ৰেনেডসহ ম্যানমাৰস্থ নগা বিদ্ৰোহী সংগঠন এন এছ চি এন-কে (YA) এগৰাকী সক্ৰিয় কেডাৰক আটক কৰে।

কহিমাৰ পি আৰ অ’ (ডিফেন্স) মতে, কেডাৰজনে গাঁওবাসীৰ পৰা ধন আদায় কৰি তালাচী চকীৰ পৰা পলায়নৰ চেষ্টা চলাইছিল । সেনাই এই খবৰ লাভ কৰাৰ পিছতে কেডাৰ গৰাকীক গ্ৰেপ্তাৰ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in