শ্ৰমিকৰ প্ৰতিবাদত কঁপিল এন আৰ এলৰ প্ৰগতি দ্বাৰ

শ শ শ্ৰমিকক দীৰ্ঘদিন ধৰি উচিত উচিত প্ৰাপ্যৰ পৰা ঠিকাদাৰী প্ৰতিষ্ঠান সমূহে বঞ্চিত কৰি অহাৰ প্ৰতিবাদত এই বিক্ষোভ কাৰ্যসূচী
শ্ৰমিকৰ প্ৰতিবাদত কঁপিল এন আৰ এলৰ প্ৰগতি দ্বাৰ

ডিজিটেল সংবাদ, নুমলীগড় : শ্ৰমিকৰ প্ৰতিবাদত কঁপিল এন আৰ এলৰ প্ৰগতি দ্বাৰ। ২ঘণ্টা ধৰি বন্ধ সম্প্ৰসাৰণ প্ৰকল্পৰ কাম-কাজ। বৃহস্পতিবাৰে পুৱাৰ ভাগতে শ্ৰমিকৰ প্ৰতিবাদত ২ঘন্টা ধৰি বন্ধ নুমলীগড়ৰ এন আৰ এলৰ সম্প্ৰসাৰণ প্ৰকল্প।

প্ৰগতি দ্বাৰত শ শ শ্ৰমিক বিক্ষোভ কাৰ্যসূচী । এন আৰ এলৰ সম্প্ৰসাৰণৰ কৰ্মৰত শ্ৰমিকক উচিত পাপ্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগত এই বিক্ষোভ কাৰ্যসূচী । নুমলীগড় এন আৰ এলৰ সম্প্ৰসাৰণ প্ৰকল্পৰ প্ৰগতি দ্বাৰত শ্ৰমিক আৰু শ্ৰমিক ইউনিয়নৰ বিক্ষোভ কাৰ্যসূচী।

শ শ শ্ৰমিকক দীৰ্ঘদিন ধৰি উচিত উচিত প্ৰাপ্যৰ পৰা ঠিকাদাৰী প্ৰতিষ্ঠান সমূহে বঞ্চিত কৰি অহাৰ প্ৰতিবাদত এই বিক্ষোভ কাৰ্যসূচী। কাৰ্যসূচীত শ শ শ্ৰমিকৰ অংশগ্ৰহণ। বন্ধ হৈ পৰিছে সম্প্ৰসাৰণৰ কাম-কাজ।

শ্ৰমিকৰ প্ৰতিবাদত কঁপিল এন আৰ এলৰ প্ৰগতি দ্বাৰ
জামুগুৰিহাটত ভয়ংকৰ অগ্নিকাণ্ড : জুইত জাহ গ'ল লক্ষাধিক টকাৰ সামগ্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in