/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/f63d411e-7b7c-4ad6-aba9-6c5977cd1461/w.jpg)
জামুগুৰিহাটৰ বালিজুৰি ধুবিখোলাত পুৱাই সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড
শ্যাম নেৱাৰ নামৰ লোকজনৰ ঘৰত সংঘটিত এই অগ্নিকাণ্ড
সম্পূৰ্ণ ৰূপে ভস্মীভূত লোকজনৰ বাসগৃহ
জুইত জাহ গ'ল প্ৰায় লক্ষাধিক টকাৰ সা সম্পত্তি
ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়
ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি শইকীয়াও উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে
অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।
Also Read: চৰাইদেউত ৪২ খন শৰাই আগবঢ়াই স্বৰ্গদেউসকললৈ সশ্ৰদ্ধ প্ৰণিপাত