জামুগুৰিহাটত ভয়ংকৰ অগ্নিকাণ্ড : জুইত জাহ গ'ল লক্ষাধিক টকাৰ সামগ্ৰী

জামুগুৰিহাটত ভয়ংকৰ অগ্নিকাণ্ড : জুইত জাহ গ'ল লক্ষাধিক টকাৰ সামগ্ৰী
  • জামুগুৰিহাটৰ বালিজুৰি ধুবিখোলাত পুৱাই সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড

  • শ্যাম নেৱাৰ নামৰ লোকজনৰ ঘৰত সংঘটিত এই অগ্নিকাণ্ড

  • সম্পূৰ্ণ ৰূপে ভস্মীভূত লোকজনৰ বাসগৃহ

  • জুইত জাহ গ'ল প্ৰায় লক্ষাধিক টকাৰ সা সম্পত্তি

  • ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়

  • ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি শইকীয়াও উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে

  • অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

জামুগুৰিহাটত ভয়ংকৰ অগ্নিকাণ্ড : জুইত জাহ গ'ল লক্ষাধিক টকাৰ সামগ্ৰী
চৰাইদেউত ৪২ খন শৰাই আগবঢ়াই স্বৰ্গদেউসকললৈ সশ্ৰদ্ধ প্ৰণিপাত

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in