দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী গুৱাহাটী আগমনৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনৰ বিশেষ নিৰ্দেশনা...

দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী গুৱাহাটী আগমনৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে জাৰি কৰিছে কিছু নিৰ্দেশনা
dangor kotha
dangor kotha

ডিজিটেল ডেস্ক: অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী। দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী গুৱাহাটী আগমনৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে জাৰি কৰিছে কিছু নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি কামৰূপ মহানগৰ জিলাক ড্ৰোণ উৰণ নিষিদ্ধ এলেকা হিচেপে ঘোষণা কৰিছে প্ৰশাসনে।

এই ক্ষেত্ৰত অহা ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ আৰু ১৩ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ কামৰূপ মহানগৰ জিলাক ড্ৰোন উৰণ নিষিদ্ধ এলেকা (No Drone Fly Zone) হিচাপে ঘোষণা কৰা হৈছে৷ কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশে এক নিৰ্দেশনা জাৰি কৰি অৱগত কৰিলে সদৰী কৰে এই তথ্য।

dangor kotha
চৰ্চিত! কিয় ন্যায়ী যুঁজত আৰিফ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in