মৃত্যুৰ পাছত কি কি নকৰিবলৈ কৈ গৈছিল নীলমণি ফুকনে...

মৃত্যুৰ পাছত কি কি নকৰিবলৈ কৈ গৈছিল নীলমণি ফুকনে...

ডিজিটেল ডেস্ক : কবি আনিছ উজ জামানৰ হতোৱাই নীলমণি ফুকনে তেওঁৰ মৃত্যুৰ পাছত কি কৰিব লাগিব আৰু কি কৰিব নালাগিব সেই নালাগিব সেই কথা লিখি থৈ গৈছিল । মুঠ ৪ টা কথা তেওঁ উল্লেখ কৰি থৈ গৈছে ।

তাৰে প্ৰথমটো হ'ল - মোৰ মৃত্যুৰ পাছত শৰীৰটো ক'তো ঘূৰাই নুফুৰিবা । পোনে পোনে ভূতনাথলৈ নিবা । দ্বিতীয়তে তেওঁ উল্লেখ কৰি গৈছে, মোক লৈ কোনো গ্ৰন্থ ৰচনা নকৰিবা । ইতিমধ্যে বহু লেখা হৈছে । তৃতীয়তে তেওঁ কৈ গৈছে মৃত্যুৰ পাছত কিবা অনুষ্ঠান পাতিলে বহু মানুহ মাতি হুলস্থুল নকৰিবলৈ । ৪ৰ্থ আৰু শেষত তেঁও কৈ যোৱা কথাষাৰ আছিল তেওঁৰ নামত কোনো স্মৃতিৰক্ষা সমিতি গঠন কৰিব নালাগে ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in