
বাল্য বিবাহৰ বাবে মানকাচৰত মহিলা আত্মহত্যা ঘটনাৰ নতুন মোৰ
ঘটনাক লৈ জিলা আৰক্ষীৰ প্ৰতিক্ৰিয়া
বাল্য বিবাহৰ বাবে মহিলাগৰাকীয়ে আত্মহত্যা কৰা নাই বুলি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদ জানিবলৈ দিছে
পৰিয়ালৰ লোকৰ অভিযোগ মিছা বুলি দাবী আৰক্ষীৰ
ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰিছে
মহিলাগৰাকীৰ পিতৃৰ নামত আৰক্ষীৰ হাতত নাছিল কোনো গোচৰ
আৰক্ষীয়ে আত্মহত্যা কাৰণ বিচাৰি তদন্ত চলাই আছে বুলি জানিবলৈ দিয়ে।