শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা
  • নিৰ্বাচন কৰা হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন পদাধিকাৰ

  •  নগাঁৱৰ মুখ্য কাৰ্যালয়ত ঘোষণা কৰা হ'ল নতুন পদাধিকাৰৰ নাম

  •  বিনা প্ৰতিদ্বন্দীতাৰে নিৰ্বাচিত হৈছে পদাধিকাৰ হিচাপে ভবেন্দ্ৰ নাথ ডেকা

  •  নতুন পদাধিকাৰ ডেকা ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ

  •  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই ঘোষনা কৰে পদাধিকাৰৰ নাম

  •  পূৰ্বে ২০১৫-২০১৮ বৰ্ষটো ভবেন্দ্ৰ নাথ ডেকাই পদাধিকাৰ হিচাপে দায়িত্ব পালন কৰিছিল ৷

  •  ভবেন্দ্ৰ নাথ ডেকা ২০২৩-২০২৪ বৰ্ষৰ বাবে নিৰ্বাচিত হৈছে  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰৰূপে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in