ৰাজ্যত হ্ৰাস পাইছে অপৰাধজনিত ঘটনাঃ এনচিআৰবি তথ্য

ৰাজ্যত হ্ৰাস পাইছে অপৰাধজনিত ঘটনাঃ এনচিআৰবি তথ্য

ডিজিটেল ডেস্কঃ ৰাজ্যত হ্ৰাস পাইছে অপৰাধজনিত ঘটনা। এনচিআৰবিয়ে প্ৰকাশ কৰিছে এই তথ্য। এই সন্দৰ্ভত বুধবাৰে জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰে।

এনচিআৰবিৰ তথ্য অনুসৰি ৰাজ্যত পূৰ্বৰ তুলনাত হ্ৰাস পাইছে অপৰাধমূলক ঘটনা। ৰাজ্যত ২০২০চনত সৰ্বমুঠ অপৰাধৰ সংখ্যা ১,২১,৬০৯টা, ২০২১ চনত ১,৩৩,১৩৯টা ,২০২২ চনত এই গোচৰৰ সংখ্যা ৬৮,৯৩৭টা। আনহাতে ২০২৩ চনত গোচৰৰ সংখ্যা ৫৬,২০২টালৈ হ্রাস পাইছে।

বাকী তথ্য সমূহ তলত দিয়া ধৰণৰ-

২০২০ – হত্যাৰ গোচৰ ১,১৩১টা

২০২১ – হত্যাৰ গোচৰ ১,১৯২টা

২০২২ – অপৰাধজনিত গোচৰ ১,০৭২টা

২০২৩ – অপৰাধজনিত গোচৰ ৮২৯টা

২০২০ – মহিলা অপৰাধজনিত গোচৰ ২৬,৩৫২টা

২০২১ – মহিলা অপৰাধজনিত গোচৰ ২৯,০৪৬টা

২০২২ – অপৰাধজনিত গোচৰ ১৪,১৪৮টা

২০২৩ – অপৰাধজনিত গোচৰ ৭,৪৫৩টা

২০২০ – শিশু অপৰাধজনিত গোচৰ ৪,৬২২টা

২০২১ – শিশু অপৰাধজনিত গোচৰ ৫,২৮২টা

২০২২ – শিশু অপৰাধজনিত গোচৰ ৪,০৮৪টা

২০২৩ – শিশু অপৰাধজনিত গোচৰ ৬,১৭১টা

ইয়াৰে ৫,৩৭০টা বাল্য বিবাহৰ অপৰাধজনিত ঘটনা

২০২০ – মানৱ সৰবৰাহজনিত গোচৰ ১২৪টা

২০২১ – মানৱ সৰবৰাহজনিত গোচৰ ২০৩টা

২০২২ – মানৱ সৰবৰাহজনিত গোচৰ ১৪০টা

২০২৩ – মানৱ সৰবৰাহজনিত গোচৰ মাত্র ৮৭

ৰাজ্যত হ্ৰাস পাইছে অপৰাধজনিত ঘটনাঃ এনচিআৰবি তথ্য
৬৫ বছৰ ধৰি প্ৰতিদিনেই ডায়েৰী লিখা মানুহজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in