/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/0eb97907-96c9-4dc0-97e0-67a48a7ed179/chatiya_police.jpg)
নাগশংকৰৰ দুই শতাধিক মহিলাৰ চতিয়া থানা ঘেৰাও
“নয়নমনিক গ্ৰেপ্তাৰ কৰক” “ৰ’দালি শইকীয়াক ন্যায় দিয়ক” আদি শ্ল’গানৰে কপাই তুলিলে চতিয়া থানাৰ চৌহদ
চতিয়া আৰক্ষীয়ে কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৰ’দালি শইকীয়াৰ দৰা নয়নমনিৰ
সোমবাৰে বিয়লিৰ পৰাই সন্ধানহীন হৈ আছে নয়নমনি
মঙলবাৰৰ দিনটোতে আছিল ৰ’দালি আৰু নয়নমনিৰ বিবাহৰ জোৰন
আৰক্ষীক ক্ষিপ্ৰতাৰে তদন্তৰ দাবী প্ৰতিবাদী মহিলাৰ ৷
Also Read: গ্ৰেপ্তাৰ আৰক্ষী বিষয়াঃ প্ৰেমৰ চালনাৰে যুৱতীৰ লগত অসৎ চৰিতাৰ্থ পূৰণ, কৰিলে গৰ্ভপাত...