নলবাৰীৰ দোকোহাত ভয়ংকৰ ঘটনা

নলবাৰীৰ দোকোহাত সংঘটিত হয় ভয়ংকৰ ঘটনা । গৰু চোৰৰ সন্দেহত ৪ জনক গণপ্রহাৰ স্থানীয় ৰাইজৰ। বিলাসী বাহনেৰে গাওঁখনৰ পৰা গৰু চুৰ কৰাৰ সময়তে স্থানীয় ৰাইজে উত্তম মাধ্যম সোধাই চুৰকেইটাক।

author-image
Asomiya Pratidin
New Update
নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথত দুৰ্ঘটনাঃ নিহত ৫ জন...

dangor khabar

ডিজিটেল ডেস্কঃ নলবাৰীৰ দোকোহাত সংঘটিত হয় ভয়ংকৰ ঘটনা । গৰু চোৰৰ সন্দেহত ৪ জনক গণপ্রহাৰ স্থানীয় ৰাইজৰ। বিলাসী বাহনেৰে গাওঁখনৰ পৰা গৰু চুৰ কৰাৰ সময়তে স্থানীয় ৰাইজে উত্তম মাধ্যম সোধাই চুৰকেইটাক।

Advertisment

উত্তেজিত ৰাইজে জ্বলাই দিয়ে এখন ছুইফ্ট বাহনখন। মুমূৰ্ষ অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে আটাইকেইজনক চুৰকেইজনক। ইতিমধ্যে চাৰিওজনকে ভৰ্তি কৰোৱা হয় জিএমচিএইছ ত । আহত চুৰকেইজনৰ এজন কটপুহাৰ আৰু বাকী ৩জন ৰাইমাধাৰ ।

Also Read: ধুবুৰীৰ আৰক্ষী চকীৰ পৰা পলাল আচামী

cow seized moral police nalbari