ধুবুৰীৰ আৰক্ষী চকীৰ পৰা পলাল আচামী

ধুবুৰীৰ আৰক্ষী চকীৰ পৰা পলাল আচামী

ডিজিটেল ডেস্কঃ ধুবুৰীৰ আৰক্ষী চকীৰ পৰা পলাল আচামী । পলোৱা আচামীজনক ড্রাগছসহ গ্রেপ্তাৰ কৰিছিল আৰক্ষীয়ে । ছিদ্দিক আলী নামৰ যুৱকজন সুযোগ বুজি হেণ্ডকাফ খুলি পলায়ন কৰে । ধুবুৰীৰ এ এম কো, ৰোড বজাৰ আৰক্ষী চকীত সংঘটিত হয় এই ঘটনা ।

ড্ৰাগছৰ কেচত গ্ৰেপ্তাৰ কৰি আনি হেণ্ডকাফ লগাই থানাৰ ভিতৰত বহুৱাই ৰাখিছিল ছিদ্দিক আলীক। হেণ্ডকাফ খুলি আৰক্ষী চকীৰ পৰা পলায়ন কৰে আচামীটো। ঘটনাৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় এ এম কো, ৰোড বজাৰ আৰক্ষী চকীত ।

ধুবুৰীৰ আৰক্ষী চকীৰ পৰা পলাল আচামী
লংকাৰ ঝাৰবস্তিত ভয়ংকৰ অগ্নিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in