পোৰাকুছি - ডিংডিঙিত সাৰ্বজনীন শ্ৰী শ্ৰী বাসন্তী পূজাৰ পূৰ্ণ প্ৰস্তুতি

বিগত বছৰসমূহৰ দৰে এই বছৰো আয়োজন কৰিছে শ্ৰী শ্ৰী বাসন্তী পূজাৰ

author-image
Asomiya Pratidin
New Update
পোৰাকুছি - ডিংডিঙিত সাৰ্বজনীন শ্ৰী শ্ৰী বাসন্তী পূজাৰ পূৰ্ণ প্ৰস্তুতি

শ্ৰী শ্ৰী বাসন্তী পূজাৰ পূৰ্ণ প্ৰস্তুতি

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ পোৰাকুছি - ডিংডিঙিত সাৰ্বজনীন শ্ৰী শ্ৰী বাসন্তী পূজাৰ পূৰ্ণ প্ৰস্তুতি। বিগত বছৰসমূহৰ দৰে এই বছৰো আয়োজন কৰিছে শ্ৰী শ্ৰী বাসন্তী পূজাৰ।

Advertisment

আয়োজক সমিতিয়ে জানিবলৈ দিয়া অনুসৰি ২৭ মাৰ্চৰ পৰা ৩১ মাৰ্চ লৈ ৫ দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী শিৱমন্দিৰ প্ৰাংগনত সাৰ্বজনীন শ্ৰী শ্ৰী বাসন্তী পূজা অনুস্থিত কৰিবলৈ মানস কৰিছে । সেয়ে মা বাসন্তীৰ পূজাৰ আটাইবোৰ কাৰ্যসূচীতে ৰাইজৰ উপস্থিত তথা সম্পূৰ্ণ সহায় সহযোগ আয়োজক সমিতিয়ে কামনা কৰিছে।

আৰু পঢ়কঃ গুৱাহাটী ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ সোণ জব্দ

puja Festivals of Assam