নলবাৰীত যাত্ৰী কঢ়িয়াই নিয়া টেম্পোত সামগ্ৰী কঢ়িওৱা বাহনৰ খুন্দা...

৫ জন লোক গুৰুতৰ ভাৱে আহত
নলবাৰীত যাত্ৰী কঢ়িয়াই নিয়া টেম্পোত সামগ্ৰী কঢ়িওৱা বাহনৰ খুন্দা...
নলবাৰীত যাত্ৰী কঢ়িয়াই নিয়া টেম্পোত সামগ্ৰী কঢ়িওৱা বাহনৰ খুন্দা...
  • নলবাৰীত পুৱাই সংঘটিত পথ দুৰ্ঘটনা।

  • সামগ্ৰী কঢ়িওৱা বাহন আৰু টেম্পোৰ মাজত সংঘৰ্ষ।

  • নলবাৰীৰ শনি ৰোড চ’কত সংঘটিত এই দুৰ্ঘটনা।

  • টেম্পোখনত আছিল ৫জন যাত্রী।

  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আটাইকেইজন যাত্ৰী।

  • নিৰ্মিয়মান বৃন্দাবন ৰিজ’ৰ্টৰ সন্মুখত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।

  • আহতসকলক নলবাৰী মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ।

  • দুৰ্ঘটনাত পতিত হোৱা যাত্ৰীবাহী টেম্পোখনৰ নম্বৰ এ এছ ১৪ এ চি ০৬৫৫।

  • সামগ্ৰী কঢ়িওৱা মেজিক বাহনখনৰ নম্বৰ এ এছ ০১ আৰ চি ৪৪৩০।

নলবাৰীত যাত্ৰী কঢ়িয়াই নিয়া টেম্পোত সামগ্ৰী কঢ়িওৱা বাহনৰ খুন্দা...
জাগীৰোডৰ সোণাইকুছিত বন্যহস্তীৰ কৰুণ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in