/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/09/dangor-khobr-2.jpg)
জাগীৰোডৰ সোণাইকুছিত বন্যহস্তীৰ কৰুণ মৃত্যু...
ৰাজ্যত পুনৰ কৰুণ মৃত্যুক সাৱটি ল'লে বন্যহস্তীয়ে।
জাগীৰোডৰ সোণাইকুছিৰ বনাঞ্চলত মৃত্যু হৈছে বন্যহস্তীটোৰ।
পাহাৰৰ পৰা পিছলি বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হোৱাৰ সন্দেহ।
হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে বন বিভাগে স্থাপন কৰিছিল ছ’লাৰ ফেঞ্চিং।
হাতীটো পিছলি ছ’লাৰ ফেঞ্চিঙত লাগি মৃত্যু হোৱাৰ সন্দেহ।
Also Read: ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত তিনিদিনীয়াকৈ দৌলৎসৱৰ আয়োজন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us