/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/c84ec09e-6fe8-46f2-b440-10cc71e4c3b0/97ed7864_6633_4f9a_b16a_ca2faa5a5ea5.jpg)
-
নলবাৰীলৈ লৈ যোৱা হ'ল বহু বিতৰ্কিত আৰক্ষী বিষয়া বিমান ৰয়ক ।
-
নলবাৰী সদৰ আৰক্ষী থানাত বৰ্তমানে ৰখা হৈছে বিমান ৰয়ক ।
-
গুৱাহাটীৰ পৰা পোনে পোনে অনা হৈছে নলবাৰীলৈ ।
-
অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈ আৰু ঘগ্ৰাপাৰ আৰক্ষী থানাৰ নতুন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰ্মল বিশ্বাসৰ নেতৃত্বত নিয়া হৈছে নলবাৰীলৈ ।
-
৯ দিনৰ অন্তত বৃহস্পতিবাৰে আৰক্ষীৰ জালত পৰিল বিমান ৰয় ।
Also Read: শিশু উদ্যানত ৰীল বনোৱাক কেন্দ্ৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট...