/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/fb67c0fc-8f72-4c18-bb3f-83eb5ad3c334/police.jpg)
-
নলবাৰীৰ গণেশ মন্দিৰৰ সমীপত ধন লুটৰ ঘটনা।
-
আত্মসহায়ক গোটৰ মহিলাৰ পৰা ৬ লাখ টকা লুট দুৰ্বৃত্তৰ।
-
নমাটিৰ নিয়ৰজ্যোতি আত্মসহায়ক গোটৰ আছিল ধনখিনি।
-
গোটৰ সভানেত্রী সংগীতা ৰাজবংশীয়ে বেংকৰ পৰা উলিয়াই আনিছিল ধন।
-
ই-ৰিক্সাত ধন থৈ চাহ খাবলৈ যোৱাৰ সময়তে লুট সমস্ত ধনৰাশি।
Also Read: বিজেপিয়ে বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে এই যোগদান কৰাইছে: দৰং কংগ্ৰেছ