/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
-
নলবাৰীৰ বৰসৰকুছিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।
-
ঘৰৰ ভিতৰতে উদ্ধাৰ হৈছে মাতৃ-পুত্রৰ মৃতদেহ ।
-
পিতৃয়ে পত্নী-পুত্রক বিহ খুৱাই হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ।
-
বিছনাতে উদ্ধাৰ হৈছে কবিতা হালৈ আৰুবিশেষভাৱে সক্ষম হৃষিকেশ কাশ্যপৰ মৃতদেহ ।
-
১৫ বছৰীয়া হৃষিকেশৰ আজি আছিল ওপজা দিন ।
-
ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
-
সম্প্রতি পলাতক অৱস্থাত আছে কবিতা হালৈৰ স্বামী জগদীশ হালৈ ।
Also Read: ৰঙিয়াত অংগনবাদী কৰ্মী-সহায়কাৰীৰ প্ৰতিবাদ