/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/3653a428-1041-4a4c-90e5-f9170c404c90/z20.jpg)
ডিজিটেল সংবাদ, হাজোঃ হাজো সমষ্টিৰ কঞা থানাৰ অন্তৰ্গত দৈচপৰা গাওঁত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। সুৰাৰ সৰবৰাহ কৰি ধৰা পৰিল এজন ১৭ বছৰীয়া কিশোৰ।
এখন স্কুটীৰে সুৰাৰ সৰবৰাহ কৰি থকা সময়তে স্থানীয় ৰাইজৰ হাতত ধৰা পৰে ১৭ বছৰীয়া কিশোৰজন। পৰৱৰ্তী সময়ত কঞা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কিশোৰজনক কৰায়ত্ত কৰে।
Also Read: হায় শিক্ষা বিভাগ! আন্তঃগাঁথনিৰ অভাৱত বিদ্যালয়ৰ শৌচালয়ত ৰাখিছে মধ্যাহ্ন ভোজনৰ সামগ্ৰী...