নলবাৰীৰ হৰিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত...

নলবাৰীৰ হৰিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্রণ হেৰুৱাই বাইকসহ দ খাৱৈত পৰে এজন লোক

author-image
Asomiya Pratidin
New Update
নলবাৰীৰ হৰিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত...

accident

ডিজিটেল ডেস্ক : নলবাৰীৰ হৰিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্রণ হেৰুৱাই বাইকসহ দ খাৱৈত পৰে এজন লোক। যাৰ ফলত থিতাতে নিহত বাইক আৰোহীজন।

নিহত লোকজনৰ নাম আচমত উল্লা বুলি জানিব পৰা গৈছে। পুৱতি নিশা সংঘটিত হয় এই ঘটনা। নিহত আচমতৰ ঘৰ বৰপেটাৰ বাঘবৰত । এই ঘটনাৰ পিছতে এতিয়া অঞ্চলটোত পৰিছে শোকৰ ছাঁ।

Also Read: প্ৰায় প্ৰতিদিনে জব্দ হৈছে ড্ৰাগছ; এইবাৰ হাজোৰ বৰ্ণিত আৰক্ষীৰ অভিযান, আটক...

Assam police