
নলবাৰীত হাতত ডেগাৰ লৈ ৰাজপথত সন্ত্রাস এজন লোকৰ
এজন কৰ্তব্যৰত জোৱানক আক্রমণ খগেন দাস নামৰ লোকজনৰ
লোকজনৰ আক্রমণত আহত আৰক্ষী জোৱান চফিক আহমেদ
ঘটনাস্থলীত নলবাৰী সদৰ আৰক্ষী উপস্থিত হৈ আটক কৰে লোকজনক
খগেন দাস নামৰ লোকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ডেগাৰখন
৩১নং ৰাষ্ট্রীয় ঘাইপথৰ গণেশ মন্দিৰ চ’কত সংঘটিত এই ঘটনা।