/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/55b025fd-806c-4a5c-97d4-bac8fc26be94/bihu.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ নাগশংকৰত পোন্ধৰ দিনিয়াকৈ অনুষ্ঠিত হোৱা বিহু কৰ্মশালাৰ শুক্ৰবাৰে সফলভাৱে সমাপ্ত হয় ৷ উদ্যোক্তা সমিতিয়ে জনোৱা অনুসৰি কৰ্মশালা উপলক্ষে নাগশংকৰৰ বাকৰিত আনুষ্ঠানিকতাৰে বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ৷
কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰে বিহুনৃত্যৰ লগতে ঢোল বাদন ৷ নাগশংকৰ জিলা পৰিষদৰ সদস্য হিতেশ বৰুৱাই আঁত ধাৰা উক্ত কৰ্মশালাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নদুৱাৰ মণ্ডলৰ সভাপতি জয়ন্ত বৰা ।
Also Read: বেআইনীভাৱে সংগ্ৰহ কৰা ১৫টাকৈ মূৰ্তি ভাৰতক উভতাই দিব আমেৰিকা যুক্তৰাষ্ট্ৰই