/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ক্রাইম ব্রাঞ্চত জেৰাৰ সন্মুখীন নগাঁৱৰ ADC লক্ষ্যজ্যোতি দাস
লগতে জেৰা চলোৱা হৈছে স্বাস্থ্য শিক্ষা বিভাগৰ উপ সচিব লক্ষ্যজ্যোতি দুৱৰীয়াক
ভূমিৰ নথি কেলেংকাৰী সন্দৰ্ভত দুয়োজনকে জেৰা
দুয়ো পূৰ্বে চক্র বিষয়া হিচাপে আছিল দিছপুৰ ৰাজহ চক্র কাৰ্যালয়ত
তেতিয়াই সংঘটিত কৰিছিল ভূমিৰ নথি কেলেংকাৰী
জেৰাৰ অন্তত গ্রেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা।
Also Read: বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত শিশু উদ্যানৰ শুভাৰম্ভ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us