New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
কলিয়াবৰত বনৰীয়া ম’হৰ আক্ৰমণত মহিলা আহত...
কলিয়াবৰৰ ফুলগুৰিত বনৰীয়া ম’হৰ সন্ত্রাস।
বনৰীয়া ম’হৰ আক্রমণত এগৰাকী মহিলা গুৰুতৰভাৱে আহত।
আহত মহিলাগৰাকীৰ নাম লীলা দেৱী।
আহত লীলা দেৱীক কলিয়াবৰৰ চিকিৎসালয়ত ভৰ্তি।
কাজিৰঙাৰ পৰা ওলাই আহিছিল ম’হটো।
Also Read: কৰম পূজাৰ বন্ধক লৈ চাহ শ্ৰমিকক চৰম অপমান চৰকাৰৰ !