/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-24.jpg)
হাতীৰ আক্ৰমণ মাতৃ-পুত্ৰৰ মৃত্যু...
ৰাজ্যত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ।
এইবাৰ জুৰীয়াৰ মুছলিম চাপৰিত বনৰীয়া হাতীৰ উপদ্রৱ।
হাতীৰ আক্রমণত নিহত মাতৃ-পুত্র।
নিহত খুতেজা খাতুন আৰু জুৱেল আহমেদ।
হাতীৰ আক্রমণত গুৰুতৰভাৱে আহত আন দুজন লোক।
আহত দুজনক সংকটজনক অৱস্থাত নগাঁৱলৈ প্রেৰণ।
নিশা খাদ্যৰ সন্ধানত লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই আহিছিল হাতী।
Also Read: ‘ইন দ্যা এয়াৰ, শ্ৰীশান্ত টেকছ ইট’ ৰ পৰা ধোনি ফিনিচেছ অফ ইন ষ্টাইল’লৈ