/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
কলিয়াবৰত বন্যহস্তীৰ আক্ৰমণত নিহত এজন...
ডিজিটেল ডেস্কঃ ৰাজ্যত হাতী-মানুহৰ সংঘাটে লৈছে ভয়ংকৰ ৰূপ। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন ঠাইত বন্যহস্তীৰ মুক্তি বিচৰণৰ ফলত মানুহৰ সৈতে হোৱা সংঘাটৰ ফলত বহু লোকৰ প্ৰাণহানি হৈছে।
বুধবাৰেও কলিয়াবৰৰ তেতুলিগুৰিত সংঘটিত হয় তেনে এক অনুৰূপ ঘটনা। বন্যহস্তীৰ আক্ৰমণত নিহত হয় এজন লোক।
জানিব পৰা মতে নিহত লোকজনৰ নাম সঞ্জয় ৰাজোৱাৰ। কৰ্মস্থলীৰ পৰা স্ব-গৃহলৈ উভতাৰ পথতে তেওঁ বন্যহস্তীয়ে আক্ৰমণ কৰাৰ ফলত এইদৰে মৃত্যু হয়।
Also Read: নিশা মহানগৰীৰ এ টি এমত চোৰঃ স্থানীয় লোকে খেদি খেদি কৰিলে কৰায়ত্ত...