/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
কলিয়াবৰৰ হাতীগাঁও চাহ বাগিছাত বন্য হস্তীৰ আক্ৰমনত নিহত দুজন...
ডিজিটেল সংবাদ কলিয়াবৰঃ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ভিন্ন প্ৰান্তত বন্য হস্তী আৰু মানুহৰ সংঘাতে তীব্ৰতৰ ৰূপ ধাৰণ কৰাৰ সময়তে মঙ্গলবাৰে নিশা কলিয়াবৰৰ হাতীগাঁও বাগানত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলায় দুজন লোকক নিধন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ধাননি পথাৰত হাতী খেদিবলৈ যাওঁতেই হাতীৰ আক্ৰমণৰ সন্মুখীন হোৱা লোক দুজন হ’ল ক্ৰমে বিৰেন লোহাৰ(বুদু) আৰু চমা মূৰা(পেট্ৰা) ৷
জানিব পৰা মতে, হাতীগাঁও বাগানৰ ১নং চালকনা বস্তিত আজি নিশা প্ৰায় ৯ বজাত ধান ৰখিবলৈ যোৱা অৱস্থাত বন্য হস্তীৰ আক্ৰমণত তেওঁলোকে দুয়োজনে প্ৰাণ হেৰুৱায়।
Also Read: কাৰ্বি আংলঙৰ বকলীয়াঘাটৰ ৰজাপথত ধান কঢ়িওৱা গাড়ীত জুই...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us