/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/0a6c25f0-7889-4cb0-be0e-d06b527393f6/DHAN_5.jpg)
কাৰ্বি আংলঙৰ বকলীয়াঘাটৰ ৰজাপথত ধান কঢ়িওৱা গাড়ীত জুই...
হঠাৎ ৰাজপথত জ্বলি উঠিল বাহনত তুলি থোৱা ধান।
কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত সংঘটিত হৈছে এই ঘটনা।
বিয়লি হঠাৎ জ্বলি উঠে পথাৰৰ পৰা ঘৰলৈ কঢ়িয়াই অনা ধানখিনি।
ফলত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে কৃষকগৰাকী।
পথাৰৰ ধান চপাই ঘৰলৈ অনাৰ সময়তে এই অৱস্থাৰ সন্মুখীন হোৱাত মূৰে কপালে হাত দিছে ভুক্তভোগী কৃষকে।
কি কাৰণত এইদৰে ধানখিনি জ্বলিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
Also Read: ৮৯ সংখ্যক বাৰোৱাৰী ৰাস মহোৎসৱৰ মুখপত্ৰ 'মুৰুলী' উন্মোচন...