/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/0f8be2f5-9916-4aad-9219-6f5905321d2a/KOSUA_21.jpg)
কচুৱা আৰক্ষীৰ অভিযানত মহিলাসহ ৩ ড্ৰাগছ সৰবৰাহকাৰী আটক...
নগাঁৱৰ কচুৱাত আৰক্ষীৰ অভিযান।
অভিযানত ড্ৰাগছসহ তিনিজনক আটক।
ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা ১০ টা চাবোনৰ বাকচত থকা ড্ৰাগছ জব্দ।
আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ ভিতৰত আছে ২ গৰাকী মহিলা।
আৰক্ষীয়ে আটক কৰিছে ক্ৰমে আব্দুল মালেক আৰু তেওঁৰ পত্নীক খুলচুমা খাতুন।
আন এগৰাকী মহিলা জাৰনি বস্তীৰ চাজিদা খাতুন।
Also Read: দুৰ্নীতি শূন্য সহনশীলতাৰ নমুনাঃ ৰাকেশ পালৰ আশীৰ্বাদপুষ্ট বিষয়াক NIA ৰ দায়িত্ব...