/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/ad7fe7ad-2504-485e-9f9b-8a81abcd230b/kothiatoli_14.jpg)
ৰাঙলু পাইকাৰী মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ...
ডিজিটেল সংবাদ কঠীয়াতলী: ৰাজ্যৰ চৌদিশে ভোগালীক আদৰাৰ প্ৰস্তুতি । উৰুকাৰ নিশা লগে ভাগে এসাজ খোৱাৰ বাবে মাছৰ বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে নগাঁও জিলাৰ ৰাঙলু পাইকাৰী বজাৰত ।
পুৱা ৪ বজাৰ পৰা প্ৰচণ্ড শীতকো নেওচি হাজাৰ হাজাৰ গ্ৰাহকে উৰুকাৰ ভোজ ভাত খাবলৈ মাছ বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ চৰকাৰে মাছ মাংসৰ ক্ষেত্ৰত যি মূল্যৰ নিৰ্ধাৰণ কৰি দিছে তাক লৈ গ্ৰাহকসকল আনন্দিত হৈছে যদিও একাংশ বিক্ৰেতাই সঠিক মূল্য নোপোৱাক লৈ আক্ষেপ প্ৰকাশ কৰিছে।
Also Read: আজিৰে পৰা ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা...