/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
-
আকৌ ৰাজ্যত শিশু নিৰ্যাতনৰ ঘটনা ।
-
এইবাৰ সংগীতা দত্তৰ দৰে অনুৰূপ ঘটনা সংঘটিত হ'ল প্ৰাক্তন মন্ত্ৰীৰ বাসগৃহত ।
-
বনকৰা নাবালিকা কন্যাক অগপৰ প্ৰাক্তন মন্ত্ৰীজনৰ সন্মুখতে চলালে নিৰ্যাতন ।
-
অগপৰ প্ৰাক্তন মন্ত্ৰী হাজিৰ আব্দুৰ ৰৌফ চৌধুৰীৰ বাসগৃহত এই কাণ্ড ।
-
হোজাই বাসগৃহত সংঘটিত হৈছিল এই শিশু নিৰ্যাতনৰ ঘটনা ।
-
ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ।
-
এই দৃশ্য প্ৰাক্তন মন্ত্ৰীগৰাকীৰ সন্মুখতে সংঘটিত হৈছিল ।
Also Read: মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত বন্যাৰ্তৰ বাবে নৌকা উপহাৰ...