অগপৰ প্ৰাক্তন মন্ত্ৰীৰ বাসগৃহত শিশু নিৰ্যাতনৰ ভয়ংকৰ কাণ্ড...

অগপৰ প্ৰাক্তন মন্ত্ৰীৰ বাসগৃহত শিশু নিৰ্যাতনৰ ভয়ংকৰ কাণ্ড...
  • আকৌ ৰাজ্যত শিশু নিৰ্যাতনৰ ঘটনা ।

  • এইবাৰ সংগীতা দত্তৰ দৰে অনুৰূপ ঘটনা সংঘটিত হ'ল প্ৰাক্তন মন্ত্ৰীৰ বাসগৃহত ।

  • বনকৰা নাবালিকা কন্যাক অগপৰ প্ৰাক্তন মন্ত্ৰীজনৰ সন্মুখতে চলালে নিৰ্যাতন ।

  • অগপৰ প্ৰাক্তন মন্ত্ৰী হাজিৰ আব্দুৰ ৰৌফ চৌধুৰীৰ বাসগৃহত এই কাণ্ড ।

  • হোজাই বাসগৃহত সংঘটিত হৈছিল এই শিশু নিৰ্যাতনৰ ঘটনা ।

  • ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ।

  • এই দৃশ্য প্ৰাক্তন মন্ত্ৰীগৰাকীৰ সন্মুখতে সংঘটিত হৈছিল ।

অগপৰ প্ৰাক্তন মন্ত্ৰীৰ বাসগৃহত শিশু নিৰ্যাতনৰ ভয়ংকৰ কাণ্ড...
মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত বন্যাৰ্তৰ বাবে নৌকা উপহাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in