New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
জুৰীয়াৰ বালিজানত ভয়ংকৰ ডকাইতি
চাৰিজনীয়া দুৰ্বৃত্তৰ দলৰ আক্রমণত আহত এজন
আহত লোকজনৰ নাম ছাইফুল ইছলাম
বাটেৰে গৈ থাকোতে দুৰ্বৃত্তৰ দলে আগচি ধৰি আক্রমণ কৰে
লোকজনৰ পৰা কাঢ়ি নিয়ে বাইক আৰু নগদ ধন
ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ।
Also Read: ভূটানত আই চি চি স্বীকৃতিপ্ৰাপ্ত প্ৰথমখন ক্ৰিকেট গ্ৰাউণ্ড উদ্বোধন