বঢ়মপুৰত এন পি এছ বাতিলৰ দাবীত শিক্ষকৰ কৰ্মবিৰতি

বঢ়মপুৰত এন পি এছ বাতিলৰ দাবীত শিক্ষকৰ কৰ্মবিৰতি

ডিজিটেল সংবাদ , বঢ়মপুৰঃ ৰাজ্যজুৰি ঘোষণা হোৱা কৰ্মচাৰীৰ কৰ্মবিৰতিৰ অংশ হিচাপে নগাঁৱৰ বঢ়মপুৰতো পালন শিক্ষকৰ কৰ্মবিৰতি ৷ এন পি এচ বাতিলৰ দাবীত ৰাজ্যজুৰি কৰ্মবিৰতি ৰাজ্যিক কৰ্মচাৰী সকলৰ ৷

পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তনৰ দাবীত শনিবাৰে বঢ়মপুৰৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীয়ে পালন কৰিলে কৰ্মবিৰতি ৷ কৰ্মচাৰী সকলৰ ভৱিষ্যত নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে এন পি এচ বাতিল কৰি অ পি এচ প্ৰবৰ্তন কৰিবলৈ কৰ্মচাৰী সকলে উত্থাপন কৰি আহিছিল দীৰ্ঘদিনীয়া দাবী ৷

বঢ়মপুৰত এন পি এছ বাতিলৰ দাবীত শিক্ষকৰ কৰ্মবিৰতি
ঐতিহাসিকক্ষণৰ সাক্ষী হ'বলৈ অযোধ্যাত উপস্থিত অসমৰ সত্ৰাধিকাৰসকল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in