New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
লংকাত ঘৰত গৃহস্থ নথকাৰ সুযোগ লৈ চোৰৰ লুটপাত
চোৰে নিলে সোণৰ অলংকাৰ, কাঁহৰ বাচনসহ নগদ ধন
লংকাপট্টিৰ অমৰজ্যোতি কুণ্ডু নামৰ লোকজনৰ ঘৰত এই ঘটনা
১৩ দিনৰ পিছত ঘৰলৈ উভিত অহাত পোহৰলৈ এই ঘটনা
লংকাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে চুৰিৰ ঘটনা।
Also Read: জাজৰিত গায়কৰ ৰূপত মৰিগাঁও জিলা আয়ুক্ত দেৱাষীশ শৰ্মা