জাজৰিত গায়কৰ ৰূপত মৰিগাঁও জিলা আয়ুক্ত দেৱাষীশ শৰ্মা

জাজৰিত গায়কৰ ৰূপত মৰিগাঁও জিলা আয়ুক্ত দেৱাষীশ শৰ্মা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা সমষ্টিৰ জাজৰিত মৰিগাঁও জিলা আয়ুক্তক দেখা গ'ল গায়কৰ ৰূপত। মৰিগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাষীশ শৰ্মাই জিকিৰ পৰিৱেশন কৰিলে মঞ্চত।

জাজৰি আঞ্চলিক জিকিৰ-জাৰী চৰ্চা মঞ্চৰ উদ্যোগত আৰু জিকিৰ-জাৰী চৰ্চা লগতে গৱেষণা মঞ্চ অসমৰ সহযোগত দুদিনীয়াকৈ আয়োজন কৰা হৈছিল জিকিৰ-জাৰী কৰ্মশালা। এই কৰ্মশালাৰ সফল সমাপ্তি অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰিছিল আয়ুক্ত শৰ্মাই।

সেই কৰ্মশালাৰ সামৰণি অনুষ্ঠানত জিকিৰ পৰিৱেশন কৰে মৰিগাঁও জিলাৰ জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই। অনুষ্ঠানৰ শেষত জিকিৰৰ লগে জাৰি নাচৰে সামৰণি কৰে উদ্যোগতাসকলে।

জাজৰিত গায়কৰ ৰূপত মৰিগাঁও জিলা আয়ুক্ত দেৱাষীশ শৰ্মা
ছয়মাইলৰ পূৰ্বাচা এপাৰ্টমেণ্টত যুৱতীৰ উৱলি যাব ধৰা মৃতদেহ উদ্ধাৰ : পলাতক ভুৱা স্বামী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in