/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3741e24b-38a8-4084-bebf-e53ee8b083e6/111.jpg)
নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অঘটন।
মহাবিদ্যালয়খনৰ তৃতীয় ষান্মাসিকৰ ছাত্রীৰ ৰহস্যজনক আত্মহত্যা।
ছাত্রী নিবাসৰ ভিতৰতে আত্মহত্যা ছাত্রীগৰাকীৰ।
কেইদিনমান ধৰি অসুস্থ হৈ আছিল ছাত্রীগৰাকী।
বৃহস্পতিবাৰে পুৱাৰ ভাগত চিকিৎসালয়লৈ গৈছিল ছাত্রীগৰাকী।
চিকিৎসালয়ৰ পৰা ঘূৰি অহাৰ পিছতে আত্মহত্যা কৰে ছাত্রীগৰাকীয়ে।
Also Read: প্ৰসংগ- বটদ্ৰৱা থানা কাণ্ড : লীনা দলেসহ ১৭ জনক তলব