নগাঁৱত স্পিকমেকেৰ সাৰেঙ্গী বাদন অনুষ্ঠান

২৩ ফেব্ৰুৱাৰী তাৰিখে দুপৰীয়া ২বজাত নগাঁও মহাবিদ্যালয়ৰ (স্ৱতন্ত্ৰ) প্ৰেক্ষাগৃহত আৰু সন্ধিয়া ৬ বজাত সংস্কৃতিক গোষ্ঠী কল্লোল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই সাৰেঙ্গী ৰিচাইটেলত শাস্ত্ৰীয় সংগীত অনুৰাগী সকলোৰে উপস্থিতি কামনা কৰা হ'ল।

author-image
Asomiya Pratidin
New Update
কোলাপথাৰ লখিমীনগৰত গাঁও উন্নয়ন সমিতি গঠন...

ডিজিটেল সংবাদ,নগাঁওঃ যুৱ প্ৰজন্মৰ মাজত শাস্ত্ৰীয় সংগীত আৰু সংস্কৃতিৰ প্ৰসাৰৰ সৰ্বভাৰতীয় অনুষ্ঠান স্পিকমেকেৰ নগাঁও শাখাৰ সৌজন্যত সৰ্বভাৰতীয় খ্যাতি সম্পন্ন সাৰেঙ্গী বাদক ওস্তাদ কামাল চাব্ৰীৰ এটি একক শাস্ত্ৰীয় সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে।

২৩ ফেব্ৰুৱাৰী তাৰিখে দুপৰীয়া ২বজাত নগাঁও মহাবিদ্যালয়ৰ (স্ৱতন্ত্ৰ) প্ৰেক্ষাগৃহত আৰু সন্ধিয়া ৬ বজাত সংস্কৃতিক গোষ্ঠী কল্লোল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই সাৰেঙ্গী ৰিচাইটেলত শাস্ত্ৰীয় সংগীত অনুৰাগী সকলোৰে উপস্থিতি কামনা কৰা হ'ল।

Also Read: ৰঙিয়াত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন

SPIC MACAY nagaon workshop