/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/9ad5dcae-ac4a-43ca-80c5-388917058afb/168.jpg)
-
ৰহাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
-
আত্মহননৰ পথ ল'লে এজন বনকৰা কিশোৰে।
-
কিশোৰজনৰ বয়স ১৫ বছৰ বুলি জানিব পৰা গৈছে।
-
ৰহাৰ গড়মাৰিৰ জয়ন্ত বৰুৱাৰ ঘৰত প্ৰায় ৮ বছৰ ধৰি বনকৰা ল'ৰা হিচাপে আছিল কিশোৰগৰাকী আৰু তেঁওৰ জ্যেষ্ঠ ভগ্নী।
-
নিহত কিশোৰজনৰ ঘৰ পশ্চিম কাৰ্বি আংলংৰ দোৰুংত বুলি জানিব পৰা গৈছে।
-
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে নগাঁও আৰক্ষী।
-
বৰ্তমানলৈ জানিব পৰা নাই আত্মহত্যাৰ কাৰণ।
Also Read: নকল কৰা বেয়া কথা...