বটদ্ৰৱা থানৰ শলগুৰি সত্ৰত ৬ এপ্ৰিলত পালনামৰ সামৰণী...

বটদ্ৰৱা থানৰ শলগুৰি সত্ৰত ৬ এপ্ৰিলত পালনামৰ সামৰণী...
বটদ্ৰৱা থানৰ শলগুৰি সত্ৰত ৬ এপ্ৰিলত পালনামৰ সামৰণী...

ডিজিটেল ডেস্কঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্ত্তন কৰা সকামী সেৱা হৈছে পালনাম। ৩৬৭ বছৰীয়া ঐতিহ্যময় পৰম্পৰা ৰক্ষা কৰি এইবাৰো বটদ্ৰৱা থানৰ শলগুৰি সত্ৰত অহা ৬ এপ্ৰিলত এই পালনাম অনুষ্ঠান অনুষ্ঠিত হ'ব।

১৬৫৬ খৃষ্টাব্দত আই কনকলতাই বৰদোৱা থান পুনৰ উদ্ধাৰ কৰাৰ পিছৰে পৰা শলগুৰি সত্রই নিৰবিচ্ছিন্ন ভাৱে (প্ৰতি বছৰে) ফল্গু পূৰ্ণিমাৰ পাছৰ একাদশী তিথিৰ পৰা চতুৰ্দশী তিথিলৈকে নাম ৰখাৰ পাছত পূৰ্ণিমাৰ দিনা দুপৰীয়া পালনামৰ সামৰণী মাৰে।

এইবেলিও অহা ৬ এপ্ৰিলত পালনামৰ সামৰণী পৰিব। শলগুৰি সত্ৰৰ ভকত বৈষ্ণৱ, ৰাইজে পবিত্ৰ পালনাম অনুষ্ঠান ভাগলৈ ৰাজ্যবাসীক নিমন্ত্ৰণী শৰাই আগবঢ়াইছে।

বটদ্ৰৱা থানৰ শলগুৰি সত্ৰত ৬ এপ্ৰিলত পালনামৰ সামৰণী...
ধুমুহাই ধুনিলে ঘিলামৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in