বেদখল মুক্ত কৰাটো বিজেপিৰ প্ৰধান লক্ষ্য : ৰূপক শৰ্মা...

বেদখল মুক্ত কৰাটো বিজেপিৰ প্ৰধান লক্ষ্য : ৰূপক শৰ্মা...
বেদখল মুক্ত কৰাটো বিজেপিৰ প্ৰধান লক্ষ্য : ৰূপক শৰ্মা...

ডিজিটেল সংবাদ নগাঁও : 'বেদখল মুক্ত কৰাটো বিজেপিৰ প্ৰধান লক্ষ্য ৷ সত্ৰৰ মাটিয়ে হওঁক , চৰকাৰী মাটিয়ে হওঁক বা ফৰেষ্টৰ মাটিয়ে হওঁক, চৰকাৰে বেদখল মুক্ত কৰিবই ৷ বেদখলকাৰীয়ে মাটি এৰি দিব লাগিব ৷' - এই বক্তব্য বিজেপি বিধায়ক ৰূপক শৰ্মাৰ ৷

লাওখোৱা বুঢ়াচাপৰি অভয়াৰন্যত মঙ্গলবাৰৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান ৷ প্ৰায় ছয় হাজাৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে প্ৰশাসনে পুৱাৰে পৰা অভিযান চলাই আছে ৷

উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে, কংগ্ৰেছে ভোট বেংকৰ বাবে বুঢ়াচাপৰিত মানুহ সংস্হাপিত কৰিছিল ৷ ভোটৰ বাবে কংগ্ৰেছে বুঢ়াচাপৰিত মানুহ বহুৱাইছিল ৷ বিজেপিয়ে ভোটবেংকৰ বাবে ৰাজনীতি নকৰে ৷

বেদখল মুক্ত কৰাটো বিজেপিৰ প্ৰধান লক্ষ্য : ৰূপক শৰ্মা...
নগাঁৱত ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক শিক্ষা অভিযানৰ কৰ্মশালা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in