/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/10/dangor-khobr.jpg)
ড্ৰাগছ সৰবৰাহত বাধা দিয়াৰ বাবেই নিজ ভাতৃকে কোৰেৰে আক্ৰমণ...
- ৰাজ্যত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। 
- ড্ৰাগছৰ সৰবৰাহৰ পৰা আঁতৰি থাকিবলৈ কোৱাৰ বাবে ভাতৃক আক্ৰমণ। 
- মজিবুৰ ৰহমান নামৰ যুৱকজনে আক্ৰমণ কৰিলে ভাতৃ ফাইজুৰ ৰহমানক। 
- ৰূপহীহাটৰ হাতীপাৰাত সংঘটিত হৈছে এই ঘটনা। 
- মজিবুৰ কোৰেৰে আক্ৰমণ কৰিলে ভাতৃ ফাইজুৰক। 
- ভাতৃক আক্ৰমণৰ সময়তো ড্ৰাগছ আসক্ত আছিল মজিবুৰ। 
- অভিযোগ অনুসৰি ড্ৰাগছ ক্ৰয়ৰ বাবে ভাতৃক বিচাৰিছিল ধন। 
- গুৰুতৰভাৱে আহত ফাইজুৰক হাস্পতালত ভৰ্তি। 
- পূৰ্বেও ফাইজুৰক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ আছে মজিবুৰৰ বিৰুদ্ধে। 
Also Read: কবি-ঔপন্যাসিক দিলীপ ফুকনলৈ নৰ্থ ইষ্ট ফাউণ্ডেশ্যনৰ 'ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ'...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us