/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/44513b24-4fa5-4e2c-be4d-87ddcc5b4336/nagaon_12.jpg)
নগাওঁ পাথৰীত ভংয়কৰ পথ দুৰ্ঘটনা...
-
নগাওঁ পাথৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
দুৰ্ঘটনাৰ ফলত থিতাতে নিহত এজন লোক আৰু গুৰুতৰভাৱে আহত ৩ জন।
-
হোজাইৰ পৰা শিলচৰ সংযোগী চাৰিলেনযুক্ত পথত এই দুৰ্ঘটনা।
-
তীব্ৰবেগী ইন'ভাখনৰ পাছফালৰ এটা চকা ফুটাৰ ফলতে এই দুৰ্ঘটনা।
-
দুৰ্ঘটনাৰ ফলত বাহনখনৰ পৰা চিটিকি পৰে যাত্ৰীসকল।
-
আহতসকলক নগাওঁ ভোগেশ্বৰী ফুকননি অসামৰিক হাস্পতালত ভৰ্তি।
-
পথৰ ডিভাইডাৰত লাগি কোনোমতে ওলমি ৰৈছে বাহনখন।
-
দুৰ্ঘটনাগ্ৰস্ত ইন'ভাখনৰ নম্বৰ এ এছ ০৯ এফ০৭৯৭।
Also Read: ধুবুৰী-হাটশিঙিমাৰীত যাত্ৰীবাহী ফেৰীত সামগ্ৰী কঢ়িওৱাক লৈ উত্তেজনা...