কলিয়াবৰ চুলুঙত ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত এজন...

নিহত লোকজনক বংশী চৌহান বুলি চিনাক্ত

author-image
Asomiya Pratidin
New Update
কলিয়াবৰ চুলুঙত ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত এজন...

কলিয়াবৰ চুলুঙত ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত এজন...

ডিজিটেল সংবাদ কলিয়াবৰঃ বুধবাৰে দুপৰীয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় কলিয়াবৰৰ চুলুঙত। এই দুৰ্ঘটনাত এদন লোক থিতাতে হয়।

Advertisment

জানিব পৰা মতে নিহত লোকজনৰ নাম বংশী চৌহান। নিহত বংশী চৌহানে ৰঙা ৰঙৰ পালচাৰ বাইকেৰে তীব্ৰ বেগত গৈ ৩৭ (ক) নং ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ থকা এইছ পি ৩৮ ই ৮১১৯ নম্বৰৰ ট্ৰাকখনৰ পিছফালে খুন্দা মাৰে।

ফলত থিতাতে নিহত হয় তেওঁ। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্য সৃষ্টি হৈছে।

Also Read: গাইনদী দুয়োপাৰৰ মথাউৰি শীঘ্ৰেই নিৰ্মাণৰ দাবীত ধেমাজিত প্ৰতিবাদ...

পথ দুৰ্ঘটনা কলিয়াবৰ