New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
নগাঁৱৰ কঠিয়াতলী লুংপুঙত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷
তীব্ৰ বেগী বাহনে মহতিয়াই নিলে পথচাৰীক ৷
থিতাতে নিহত পথচাৰীজন ৷
৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা ৷
ঘটনাস্থলীত কঠিয়াতলী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ ৷
এইপৰ্যন্ত চিনাক্ত হোৱা নাই মৃত লোকজনৰ পৰিচয় ৷
Also Read: ৪২ত ৩৭ : ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি কাঢ়িলে কেপ্তেইন কুলে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us