-
নগাঁৱৰ খলিহামাৰীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ।
-
তীব্রবেগী ডাম্পাৰে খুন্দা মাৰে মটৰ চাইকেলত ।
-
সংঘটিত দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী ছাত্রী ।
-
নিহত ছাত্রীগৰাকীৰ নাম উমে হানি ।
-
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় মিৰ্জা হান নামৰ আন এজন যুৱক ।
-
নিহত উমে হানি আৰু আহত মিৰ্জা হান সম্পৰ্কত ভাতৃ-ভগ্নী ।
-
দুৰ্ঘটনাটো সংঘটিত কৰি দুৰ্ঘটনাস্থলূৰ পৰা ডাম্পাৰখনে পলায়ন কৰে।
-
পৰবৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
Also Read: দিল্লীৰ কঁপাবলৈ সাজু ২ শতাধিক কৃষক সংগঠন