নগাঁৱৰ খলিহামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

ROAD ACCIDENT
ROAD ACCIDENT
  • নগাঁৱৰ খলিহামাৰীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ।

  • তীব্রবেগী ডাম্পাৰে খুন্দা মাৰে মটৰ চাইকেলত ।

  • সংঘটিত দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী ছাত্রী ।

  • নিহত ছাত্রীগৰাকীৰ নাম উমে হানি ।

  • দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় মিৰ্জা হান নামৰ আন এজন যুৱক ।

  • নিহত উমে হানি আৰু আহত মিৰ্জা হান সম্পৰ্কত ভাতৃ-ভগ্নী ।

  • দুৰ্ঘটনাটো সংঘটিত কৰি দুৰ্ঘটনাস্থলূৰ পৰা ডাম্পাৰখনে পলায়ন কৰে।

  • পৰবৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

ROAD ACCIDENT
দিল্লীৰ কঁপাবলৈ সাজু ২ শতাধিক কৃষক সংগঠন

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in