New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
পূজাৰ আনন্দৰ মাজতে নগাঁৱত শোকাৱহ দুৰ্ঘটনা
নিশা সংঘটিত দুৰ্ঘটনাত থিতাতে নিহত দুজন
এজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি
নগাঁৱৰ কুৰুৱাবাহী চাৰিআলিত সংঘটিত এই দুৰ্ঘটনা
আটাইকেইজনৰ ঘৰ মৰিগাঁৱত বুলি জানিব পৰা গৈছে।
Also Read: মহাষ্টমীত মহাৰণ : ধৰমশালাত দুই শক্তিধৰৰ অগ্নিপৰীক্ষা