নিশা চামগুৰিত পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...

নিশা চামগুৰিত পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...
নিশা চামগুৰিত পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...road accident
  • নিশা চামগুৰিত পথ দুৰ্ঘটনা।

  • চামগুৰিৰ কদমগুৰিত সংঘটিত হৈছে এই ঘটনা।

  • এখন ট্ৰেক্টৰ আৰু বাইকৰ সংঘৰ্ষৰ ফলতে সংঘটি হৈছে এই দুৰ্ঘটনা।

  • দুৰ্ঘটনাত থিতাতে নিহত এজন।

  • নিহত যুৱকজনৰ নাম ইফতিকাৰ

  • নিহত ইফতিকাৰৰ ঘৰ কদমগুৰিত।

  • আনহাতে গুৰুতৰভাৱে আহত হৈছে আন এজন বাইক আৰোহী।

নিশা চামগুৰিত পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...
নগাঁৱত কবিতাৰ সম্ৰাট নৱকান্ত বৰুৱাৰ ওপজা দিনত "কবিতাৰ দিন" উদযাপন

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in