/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
নিশা চামগুৰিত পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন... road accident
নিশা চামগুৰিত পথ দুৰ্ঘটনা।
চামগুৰিৰ কদমগুৰিত সংঘটিত হৈছে এই ঘটনা।
এখন ট্ৰেক্টৰ আৰু বাইকৰ সংঘৰ্ষৰ ফলতে সংঘটি হৈছে এই দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত এজন।
নিহত যুৱকজনৰ নাম ইফতিকাৰ
নিহত ইফতিকাৰৰ ঘৰ কদমগুৰিত।
আনহাতে গুৰুতৰভাৱে আহত হৈছে আন এজন বাইক আৰোহী।
Also Read: নগাঁৱত কবিতাৰ সম্ৰাট নৱকান্ত বৰুৱাৰ ওপজা দিনত "কবিতাৰ দিন" উদযাপন